নিউজ ডেস্কঃ ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৮বাজি ৩৪মিনিটত সমগ্ৰ ৰাজ্য জোকাৰি যায় ভূমিকম্পই। এই ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে শোণিতপুৰ। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য ৩.৯ বুলি জানিব পৰা গৈছে ।কোনো লোক হতাহত হোৱা নাই এই ভূমিকম্পত। আৰু পঢ়কঃনিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল লৈ নিৰ্বাচিত হৈছে “শগুন”নামৰ অসমীয়া চুটি ছবিখন এসপ্তাহত ৪টাকৈ ভূমিকম্পই জোকাৰি গ’ল অসমক। ইয়াৰে ৩টা […]