নিউজ ডেস্ক- আজি বৰাকত নিৰ্বাচনী ৰণডংকা বজাব উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। মুখ্যমন্ত্ৰীগৰাকীয়ে বৰাকত তিনিটাকৈ নিৰ্বাচনী প্ৰচাৰ ৰেলীত অংশ ল’ব। প্ৰথমে তেওঁ উদাৰবন্দৰ জয়পুৰ উন্নয়ন খণ্ডৰ খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব, ইয়াৰ পিছতেই শিলচৰৰ ইণ্ডিয়া ক্লাবত নিৰ্বাচনী প্ৰচাৰত চলাব। শেষত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰখলা সমষ্টিৰ হাতীচেৰাত চাহবাগানত এক নিৰ্বাচনী ৰেলীত অংশ ল’ব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাগৰাকীও প্ৰাৰ্থীৰ […]