Posted inঅসম

নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল লৈ নিৰ্বাচিত হৈছে “শগুন”নামৰ অসমীয়া চুটি ছবিখন

গুৱাহাটীঃ জ্যেষ্ঠ সাংবাদিক-গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ প্ৰখ্যাত গল্প “শগুন”-ৰ আধাৰত উৎপল বৰপূজাৰীৰ একে নামৰ চুটি ছবি খন শেহতীয়াকৈ ২১-তম নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল লৈ নিৰ্বাচিত হৈছে। আই এফ টি ইণ্ডিয়াৰ দ্বাৰা প্ৰযোজিত “শগুন” ছবিখন ৪জুনৰ পৰা ১৫ জুনলৈ অনুষ্ঠিত হ’বলগীয়া নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হ’ব। কোভিড মহামাৰিৰ বাবে এইবাৰৰ মহোৎসৱ অনলাইন যোগে অনুষ্ঠিত হ’ব […]