Posted inঅসম

কৰোনাৰ তীব্ৰ সংক্ৰমণ! বৰপেটাত এজনৰ মৃত্যু

নিউজ ডেস্কঃ ৰাজ্য়ত তীব্ৰ হাৰত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। বিগত ২৪ঘন্টাত অসমত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ৬৩৯গৰাকীকৈ লোক। ইয়াৰে ৩৫৪গৰাকীয়ে হৈছে কামৰূপ মেট্ৰ’ৰ। বৰপেটা জিলাত কৰোনাত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে। ইতিমধ্যে সষ্টম হৈ পৰিছে ৰাজ্য় প্ৰশাসন। আৰু পঢ়কঃ মৰিগাঁৱত কভিড মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে কেইবাখনো হস্পিতাল কভিড হস্পিতাল হিচাপে গঢ়ি তোলা হৈছে। […]