Posted inঅসম

টীয়কত কৃষকৰ দুৰৱস্থাঃবাৰীতে নষ্ট হৈছে উৎপাদিত সামগ্ৰী

টীয়কঃ কোভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰা আংশিক লকডাউনে প্ৰতি স্তৰৰ ব্যক্তিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। গ্ৰাম্য অৰ্থনীতিক তৰাম্বিত কৰিব পৰাকৈ এচাম যুৱকে কৃষি ঋণ আদি লৈ কৃষি কৰ্মত মনোনিবেশ কৰিছিল যদিও আংশিক লকডাউনৰ বাবে এতিয়া উৎপাদন স্থলতে নষ্ট হ’ব ধৰিছে কৃষিজাত সামগ্ৰী। আৰু পঢ়কঃ বঢ়মপুৰৰ কন্দলী পাহাৰত বজ্ৰপাততে নিহত হৈছিল ১৮টাকৈ হাতী […]