Posted inঅসম

দিন দুপৰতেই মহানগৰীৰ লাচিত নগৰত ডকাইতি কাণ্ড

গুৱাহাটীঃ মহানগৰীত সংঘটিত হৈছে ডকাইতি কাণ্ড। লাচিত নগৰত বাইকেৰে অহা দুটা দুৰ্বৃত্তই ঋতুমণি গায়ন নামৰ লোকজনৰ পৰা কাঢ়ি নিয়ে ২ লাখ ৫০ হাজাৰ টকা সহ দুটা মবাইল। ঘটনা সন্দৰ্ভত ঋতুমণি গায়নে পল্টনবজাৰ থানাত এজাহাৰ দাখিল কৰিছে। আৰু পঢ়কঃগোলাঘাটত দিন দুপৰতে ডকাইতি কাণ্ড আৰক্ষীয়ে ম’বাইল নম্বৰ ট্ৰেক কৰি দিছপুৰৰ বাঘেশ্বৰী মন্দিৰৰ সমীপৰ পৰা ছফিকুল হক আৰু […]