Posted inঅসম

ৰাইজৰ দলৰ প্ৰাৰ্থী দিলৱাৰা চৌধুৰীৰ বিৰুদ্ধে ডবকাত প্ৰতিবাদ

ডবকা- নিৰ্বাচনৰ প্ৰাকমূহৰ্ত্তত ডবকাত তীব্ৰ উত্তেজনা। মিকিৰ জনগোষ্ঠীক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে যমুনামুখ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী দিলৱাৰা চৌধুৰীৰ বিৰুদ্ধে। আৰু পঢ়কঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত পতি পত্নীয়েই ধনীৰ তালিকাত শীৰ্ষত ডবকাৰ জাব্ৰাখোৱাত প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে স্থানীয় ৰাইজে তীব্ৰ  প্ৰতিবাদ সাব্যস্ত কৰে। যমুনামুখ সমষ্টিৰ জাব্ৰাখোৱাত প্ৰায় শতাধিক ৰাইজে দাহ কৰিলে প্ৰাৰ্থীগৰাকীৰ প্ৰতিমূৰ্তি । ২৪ ঘন্টাৰ ভিতৰত দিলৱাৰা […]