Posted inNews

গৃহমন্ত্ৰীৰ উপস্থিতিত ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ

নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসমৰ চৰকাৰৰ দুবছৰীয়া যাত্ৰা সম্পূৰ্ণ হোৱাৰ ক্ষণত আজি খানাপাৰাত অনুষ্ঠিত বৃহৎ নিযুক্তি সমাৰোহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীত ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীৰ মাজত আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰে। উক্ত অনুষ্ঠানটোত গৃহমন্ত্ৰী গৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰে অসমৰ যুৱক-যুৱতীসকলক মুক্ত আৰু নিৰপেক্ষ ভাৱে ১ লাখ চৰকাৰী চাকৰি […]