Posted inNews

নতুন বছৰত ২৩.৫৮% বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ APDCLৰ

নৱবৰ্ষত ৰাজ্যবাসীলৈ আন এক উপহাৰৰ প্ৰস্তাৱ APDCLৰ। সততেই ৰাজ্যবাসীক মাধমাৰ শোধাই অহাত পাকৈত APDCLয়ে নৱবৰ্ষত ২৩.৫৮% শতাংশ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে বিদ্যুৎ বিতৰণ কোম্পানীটোৱে। কোম্পানীটোৱে অহা ২০২৩-২৪ বৰ্ষৰ বাবে এই প্ৰস্তাৱ ইতিমধ্যে অসম বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত এক প্ৰস্তাৱ দাখিল কৰিছে। অৱশ্যে এইবাৰ গ্ৰাহকভেদে বিদ্যুৎ মাচুল বেলেগ বেলেগকৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দাখিল কৰা হৈছে। সেই […]