Posted inNews

VIDEO : ডাকঘৰ নিৰ্মাণৰ ক্ষেত্ৰত ‘৩-ডি প্ৰযুক্তি’ ব্যৱহাৰ কৰা বাবে প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

নিউজ ডেস্ক – প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাংগালুৰুত ডাকঘৰ নিৰ্মাণৰ ক্ষেত্ৰত ত্ৰিমাত্ৰিক মুদ্ৰণ প্ৰযুক্তি ব্যৱহাৰ কৰা কথাক প্ৰশংসা কৰিছে। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে উলশূৰ বাজাৰ ডাকঘৰৰ থ্ৰীডি প্ৰিণ্টিংৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰকাশ কৰা এটা ‘টুইট’-ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে: “এই উদ্দেশ্যৰ বাবে প্ৰযুক্তিয়ে আগবঢ়োৱা নতুন পন্থা ব্যৱহাৰ কৰা দেখি ভাল […]