Posted inNews

BSNLক 4G-5G স্পেকট্ৰাম আবণ্টনত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

নিউজ ডেস্ক: BSNLক ৪জি/৫জি স্পেকট্ৰাম আবণ্টনত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি BSNLৰ ৪জি/৫জি স্পেকট্ৰাম আবণ্টনত অনুমোদন জনায়। এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি তৃতীয় পুনৰুজ্জীৱন পেকেজত ৮৯,০৪৭ কোটি টকাৰ অনুমোদন জনায়। ইয়াত ইকুইটি ইনফিউজনৰ জৰিয়তে BSNLৰ বাবে ৪জি/৫জি স্পেকট্ৰম আবণ্টন অন্তৰ্ভুক্ত কৰা হৈছে। BSNLৰ অনুমোদিত মূলধন ১,৫০,০০০ কোটিৰ পৰা ২,১০,০০০ কোটি টকালৈ বৃদ্ধি […]