নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি উদ্বোধন কৰে 5G সেৱা। তেওঁ পুৱা এই সেৱা মুকলি কৰাৰ পাছতে দেশৰ ১৩খন চহৰত এই সেৱা আৰম্ভ কৰা হৈছে। জানিব পৰা মতে, ২০২৩ বৰ্ষলৈ এই সেৱা সমগ্ৰ দেশবাসীয়ে লাভ কৰাৰ উদ্দেশ্য সমূখত লৈ এই সেৱা আজি উদ্বোধন কৰা হয়। দিল্লীত অনুষ্ঠিত ইণ্ডিয়া মোবাইল কংগ্ৰেছ ২০২২ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে […]