Posted inদেশ-বিদেশ

‘মিছাইল মেন’ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ আজি জন্মদিন

নিউজ ডেস্ক: আজি প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ জন্মদিন। এই উপলক্ষে প্ৰয়াত ৰাষ্ট্ৰপতি গৰাকীৰ প্ৰতি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কালামৰ ৯১ সংখ্যক জন্মদিন উপলক্ষে মোদীয়ে টুইট কৰি কয়, “এজন বিজ্ঞানী আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ সৈতে সম্পৰ্ক স্থাপন কৰা এজন ৰাষ্ট্ৰপতি হিচাপে দেশলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ সমাদৃত।” ভাৰতৰ […]