Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

বলীউডত উজ্বলিছে অসম সন্তান বলৰাম দাস

নিউজ ডেস্কঃ পুনৰ বলীউডত উজ্বলিছে অসম সন্তান বলৰাম দাস। শেহতীয়াকৈ অটিটি প্লেটফৰ্মত মুক্তি লাভ কৰা ‘এ থাৰ্ছ ডে’ নামৰ চলচ্চিত্ৰখনত কৰা অভিনৱ অভিনয়ৰে তেওঁ চলচ্চিত্ৰ প্ৰেমী ৰাইজৰ হৃদয় দখল কৰিবলৈ সক্ষম হৈছে। বলৰাম দাসৰ সৈতে চলচ্চিত্ৰখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী য়ামী গৌতম, নেহা ধূপীয়া, ডিম্পল কাপাড়িয়া আৰু বহুকেইজন জনপ্ৰিয় অভিনেতাই। ‘এ থাৰ্ছ ডে’ নামৰ চলচ্চিত্ৰখনে […]