নিউজ ডেস্ক: সোমবাৰে দীঘলী পুখুৰী পাৰত আপৰ নেতাসকলে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। তিনিচুকীয়া জিলাৰ বৰডুবিৰ বিজেপিৰ বুথ সভাপতি সমুন্দ্ৰ ৰায়ক গ্ৰেপ্তাৰ কৰাৰ দাবীত নেতাসকলে এই প্ৰতিবাদী কাৰ্যসুচী হাতত লয়। নেতাসকলে দাবী উত্থাপন কৰা অনুসৰি বিজেপিৰ সভাপতি সমুন্দ্ৰ ৰায়ে ২০২৩ চনৰ ২০ মাৰ্চ তাৰিখে ১৩ বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণ কৰি ভুক্তভোগী কিশোৰীৰ মাতৃক আত্মহত্যা কৰিবলৈ […]