Posted inNews

ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ (UIDAI) আধাৰ অপাৰেটৰ ক্ষমতা সম্প্ৰসাৰণ অভিযান

নিউজ ডেস্ক- ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ চমুকৈ UIDAI য়ে সমগ্ৰ দেশজুৰি কেবা সহস্ৰাধিক আধাৰ অপাৰেটৰৰ ক্ষমতা সম্প্ৰসাৰিত কৰাৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ অধীনত,  অপাৰেটৰসকলক আধাৰ সংক্ৰান্তীয় নীতি থথা প্ৰক্ৰিয়াৰ শেহতীয়া পৰিৱৰ্তনৰ বিষয়ে অৱগত কৰা হ’ব, যাতে আধাৰভিত্তিক নামভৰ্তি, উত্থান আৰু প্ৰমাণীকৰণ প্ৰক্ৰিয়াত অপাৰেটৰ পৰ্যায়ত ত্ৰুটি হ্ৰাস কৰিব পাৰি। ই সমগ্ৰ প্ৰণালীটো […]