বলীউডত আকৌ বিবাহ বিচ্ছেদৰ খবৰ । দ্বিতীয়বাৰৰ বাবে বিচ্ছেদৰ সিদ্ধান্ত ল’লে বলীউদ অভিনেতা আমিৰ খানে । পত্নী তথা প্ৰযোজক কিৰণ ৰাওঁৰ সৈতে বিবাহ বিচ্ছেদৰ সিদ্ধান্তৰ কথা ছচিয়েল মিডিয়াযোগে সদৰি কৰিলে আমিৰ খানে। অৱশ্যে বিবাহ বিচ্ছেদ হলেও তেওঁলোকে একেলগে আগন্তুক সময়ত কাম কৰাৰ লগতে পুত্ৰ আজাদৰ অভিভাৱক হিচাপে সকলো দায়িত্ব কৰিব দুয়োৱে। বিবাহ বিচ্ছেদৰ পাছে আমিৰ […]