নিউজ ডেস্কঃ জনপ্ৰিয় লেখক ৰূপম দত্তই যোগদান কৰিলে আম আদমী পাৰ্টী। “লাইফ অব এ ড্ৰাইভাৰ – কেবিনৰ ইপাৰে” লেখক ৰূপম দত্তই আজি অৰবিন্দ কেজৰীৱালৰ আদৰ্শক সন্মান জনাই যোগদান কৰে। আপৰ ৰাজ্যিক সমন্বয়ক ডা° ভবেন চৌধুৰী, ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকা, ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱা আৰু অন্যান্য দলীয় বিষয়ববীয়াৰ উপস্থিতিত আপত যোগদান কৰে দত্তয়ে ৷ […]