Posted inNews

মহানগৰীৰ ৰাজপথ কপালে আম আদমি পাৰ্টিয়ে

গুৱাহাটী : মহানগৰী গুৱাহাটীত আম আদমি পাৰ্টিৰ উত্তাল প্ৰতিবাদ। মহানগৰীৰ ৰাজপথ কপালে আম আদমি পাৰ্টিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবীত মহানগৰীৰ ৰাজপথ কপালে আম আদমি পাৰ্টিৰ শতাধিক সদস্যৰ প্ৰতিবাদ। বৃহস্পতিবাৰে পুৱাৰ ভাগত অহা বৰষুণ জাকে মহানগৰীৰ বিভিন্ন প্ৰান্ত জলমগ্ন কৰি তোলে। মহানগৰীৰ বহু ঠাইত ৰাজপথ কৃত্ৰিম বানপানীত ডুব যায়। ইয়াৰ মাজতে মহানগৰীৰ ৰাজপথ উত্তাল […]