Posted inঅসম

দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বিৰুদ্ধে আন এক কেলেংকাৰীৰ গোচৰ চিবিআইৰ

কেন্দ্ৰীয় তদন্ত সংস্থা চিবিআই- এ সুৰা কেলেংকাৰীৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বিৰুদ্ধে আন এক কেলেংকাৰীৰ গোচৰ ৰুজু কৰিছে । জানিব পৰা মতে, তদন্তকাৰী সংস্থাটোৱে এইবাৰ দিল্লী চৰকাৰৰ ফিডবেক ইউনিট (এফ বি ইউ)ত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগত চিছ’দিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। তথ্য অনুসৰি, ২০১৫ চনত দিল্লীত ক্ষমতালৈ অহাৰ পিছত আপে […]