Posted inঅসম

পিপিই কিট কেলেংকাৰী সন্দৰ্ভত লতাশিল থানাত আপৰ গোচৰ

গুৱাহাটী, ছৰফৰাজ খানঃ পিপিই কিট কেলেংকাৰীক লৈ উত্তাল ৰাজ্য। সোমবাৰে পিপিই কিট কেলেংকাৰীক লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ সাব্যস্ত কৰে আপে। গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰতো আপ অসমে পিপিই কিট কেলেংকাৰীৰ তদন্তৰ দাবী জনাই বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে আপ অসমৰ নেতাৰ এটা দল উপস্থিত হয় লতাশিল থানাত। আপ অসমৰ দলটোৱে লতাশিল […]