Posted inঅসম

হাতে হাতে কাঁহী-বাতি,ডিঙিত আলু-পিয়াঁজৰ মালা পিন্ধি, মহানগৰীত আছুৰ প্ৰতিবাদ

গুৱাহাটীঃ শনিবাৰে গুৱাহাটীত আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে কাঁহী-বাতি, কান্ধত চিলিণ্ডাৰ, ডিঙিত আলু-পিয়াঁজৰ মালা পিন্ধি মূল্যবৃদ্ধি ৰোধ কৰা দাবীৰে উত্তাল প্ৰতিবাদ আছুৰ। সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ নেতৃত্বত আছুয়ে বিশাল প্ৰতিবাদী সমদল উলিয়ায়। আছুৰ এই পদযাত্ৰাত অংশগ্ৰহণ কৰে একাংশ বয়োজ্যেষ্ঠ মহিলাকে ধৰি প্ৰায় তিনি শতাধিক আছু কর্মী ছাত্ৰ-ছাত্ৰীয়ে। মূল্যবৃদ্ধি ৰোধ কৰক, সৰ্বানন্দ সোণোৱাল হায় […]