ধেমাজি, অংকুৰ নৰহ: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বন্ধৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই আজি গেৰুৰামুখৰ এন এই পি চিৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত বৃহৎ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আঠখন জিলাৰ আছুৰ কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীক নেতৃত্ব দিয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই বৃহৎ নদী […]