Posted inঅসম

মঙলদৈ কৰ্কট চিকিৎসালয়ত স্থানীয় উপযুক্ত প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ দাবী আছুৰ

মঙলদৈ ঃ দৰং জিলাত টাটা ট্ৰাষ্ট আৰু ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত নিৰ্মিত কৰ্কট ৰোগৰ চিকিৎসালয়খন মুকলি কৰিবৰ বাবে সাজু হোৱা খবৰে সমগ্ৰ জিলাখনৰ জনসাধাৰণক উৎসাহিত কৰিছে। দীৰ্ঘ দিন ধৰি ছাত্ৰসন্থা তথা জিলাবাসীয়ে এখন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপনৰ দাবী জনাই আহিছিল। ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নিৰ্মাণস্থলী পৰিদৰ্শন কৰি চিকিৎসালয়খন শীঘ্ৰে মুকলি কৰাৰ কথা ঘোষণা কৰে। চিকিৎসালয় খনত […]