আজি গুৱাহাটীৰ জয়ানগৰত নৱনিৰ্মিত আটাছুৰ কেন্দ্ৰীয় কাৰ্যালয় সহিতে টাই আহোম সাংস্কৃতিক বিকাশ আৰু গৱেষণা কেন্দ্ৰৰ ভৱন মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানটো ৰাইজৰ সেৱাত উৎসৰ্গা কৰাৰ শুভ মুহূৰ্তত টাই-আহোমসকলৰ পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান ‘বান ফি’তো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যখনৰ সামাজিক-সাংস্কৃতিক জীৱনৰ সমৃদ্ধিত আটাছুৱে সদায়েই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়েস্বৰ্গদেউ […]