Posted inঅসম

খুমটাইত ক’ভিড কেয়াৰ চেন্টাৰত সুষম আহাৰ যোগান ধৰিলে আটছাই

খুমটাইঃ সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাৰ খুমটাইৰ কেইবাখনো চাহ বাগিচাত ক’ভিডে লৈছে কালৰূপ ৷ খুমটাইৰ চাহ বাগিচা সমূহত বহু শ্ৰমিক ক’ভিডত আক্ৰান্ত হৈছিল যদিও বৰ্তমান বেছিসংখ্যকেই সুস্থ হৈ উঠিছে ৷ খুমটাইৰ বাগিচাৰ শ্ৰমিক সকলৰ আৰোগ্য হাৰ বৃদ্ধি হোৱা স্বত্বেও বৰ্তমানেও খুমটাইৰ সমীপৱৰ্তী কেইবাখনো বাগিচাৰ অৰ্ধশতাধিক চাহ শ্ৰমিক ক’ভিডত আক্ৰান্ত হৈ থাকিব লগীয়া হৈছে ক’ভিড কেয়াৰ […]