গুৱাহাটী: অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ তথা বৰপেটাৰ সাংসদ আব্দুল খালেকে দলীয় দায়িত্বৰ পৰা অব্যাহতি লোৱা এদিন পিছতে দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰাকিবুল হুছেইনে দলীয় দায়িত্বৰ পৰা অব্যাহতি বিচাৰি পত্ৰ দাখিল কৰিছে। জানিব পৰা মতে, কংগ্ৰেছ দলৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতাত নমা মল্লীকাৰ্জ্জুন খৰ্গেৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে আব্দুল খালেক […]