Posted inঅসম

অভয়াপুৰীত অসম-মিজোৰাম সীমান্তত শ্বহীদ হোৱা বীৰ আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অভয়াপুৰীঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ (আমছু)ৰ উত্তৰ শালমাৰা জিলা সমিতিৰ উদ্যোগত যোৱা ২৬ জুলাই তাৰিখে অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত অসম-মিজোৰাম ৰাজ্যৰ সীমা বিবাদক কেন্দ্ৰ কৰি হোৱা সংঘাতৰ ফলত মিজো দুৰ্বৃত্তৰ গুলীত অসম আৰক্ষীৰ ছয় জনকৈ জোৱান আৰু এজন সাধাৰণ লোক শ্বহীদ হ’বলগীয়া হয় । মাতৃভূমিৰ সুৰক্ষাৰ স্বাৰ্থত শ্বহীদ হোৱা আৰক্ষী জোৱানসকল আৰু সাধাৰণ নাগৰিকজনৰ […]