গুৱাহাটীঃ মাস্ক পৰিধান নকৰা আৰু সামাজিক দূৰত্ব নমনাৰ বাবে ভয়ংকৰ ৰূপত বাঢ়িছে ক’ৰোনাৰ সংক্ৰমণ। সকলোকে ক’ভিড বিধি মানি চলিবলৈ আহ্বান GMCH ৰ অধ্যক্ষ অভিজিৎ শৰ্মাৰ।ৰাজগড়, বশিষ্টপুৰ, চানমাৰিত বেছিকৈ ধৰা পৰিছে কোৰোণাত আক্ৰান্ত ৰোগী। বৰ্তমানলৈকে নিয়ন্ত্ৰণতে আছে গুৱাহাটীৰ কোৰোণা পৰিস্থিতি। এই ক্ষেত্ৰত ভয় খোৱাৰ প্ৰয়োজন নাই কিন্তু সতৰ্ক হোৱাৰ প্ৰয়োজন বুলি উল্লেখ কৰিছে গুৱাহাটী মেডিকেল কলেজ […]