Posted inঅসম

কাকীৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত চলোৱা উচ্ছেদ অভিযানক অমানবীয় আখ্যা এবিএমছুৰ

তামুলপুৰ : বুধবাৰে এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক টাইছন হুছেইনৰ উপস্থিতিত তামুলপুৰ জিলা এবিএমছুৰ সভাপতি বদৰুদ্দিন খান আৰু সধাৰন সম্পাদক বুবুল আলীয়ে ক’ভিডসৃষ্ট পৰিৱেশৰ মাজত হোজাইৰ কাকীৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত চলোৱা উচ্ছেদ অভিযানক অন্যায় আৰু অমানবীয় আখ্যা দিয়ে। এবিএমছুয়ে উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি তামুলপুৰ মহকুমাৰ মহকুমাধিপতি গৰাকীৰ জৰিয়তে অসমৰ মূখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ […]