Posted inক্ৰীড়া

ৰাজ্যৰ নৱনিযুক্ত মহাধিবক্তা দেৱজিত শইকীয়াক সম্বৰ্ধনা জ্ঞাপন অসম ক্ৰিকেট সংস্থাৰ

ৰাজ্যৰ মহাধিবক্তা হিচাবে নতুনকৈ নিযুক্তি লাভ কৰা জ্যেষ্ঠ অধিবক্তা তথা অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শইকীয়াক আজি অসম ক্ৰিকেট সন্থা পৰিয়ালে সম্বৰ্ধনা জ্ঞাপন কৰে। বর্ষাপাৰাৰ অসম ক্ৰিকেট সন্থা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয় সম্বৰ্ধনা সভা । অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শইকীয়াক সম্বৰ্ধনা জনাই দিয়া ভাষণ প্ৰসংগত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই শইকীয়াৰ কৰ্মপটুতাৰ শলাগ […]