Posted inঅসম

গুৱাহাটীত প্ৰথমবাৰৰ বাবে IPL ৰ দুখনকৈ মেচ

নিউজ ডেস্কঃ প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’বলৈ গৈ আছে আইপিএলৰ দুখন মেচ। শুক্ৰবাৰে প্ৰকাশ পোৱা ২০২৩ আইপিএলৰ সম্পূৰ্ণ সময়সূচীত গুৱাহাটীত অনুষ্ঠিত হোৱাতো নিশ্চিত হৈছে।    ৩১ মাৰ্চৰ পৰা অনুষ্ঠিত হ’বলগীয়া টাটা আইপিএলত ৰাজস্থানে ৰয়েলছে গুৱাহাটীক দ্বিতীয় হোম টাওন হিচাপে লৈছে। যাৰ পৰিপ্ৰেক্ষিততেই গুৱাহাটীৰ বাৰ্ষাপাৰা ষ্টেডিয়ামত ৫ আৰু ৮ এপ্ৰিলত দুখনকৈ মেচ অনুষ্ঠিত হ’ব।   গুৱাহাটীত […]