Posted inঅসম

ধৰমতুলত তীব্ৰবেগী বাহনে মহতিয়াই নিলে আশ্ৰয় শিবিৰ

জাগীৰোডঃ মৰিগাঁৱৰ ধৰমতুলত মৰ্মান্তিক ঘটনা। বানাক্ৰান্ত পৰিয়ালে আশ্রয় লৈ থকা শিবিৰত তীব্ৰবেগী টাটা ম’বাইলে খুন্দা মৰাৰ ফলত এটা পৰিয়ালৰে নিহত এজন আৰু আহত হয় শিশুসহ ৭ জন। ইয়াৰে দুজনৰ অৱস্থা সংকটজনক। নিহত লোকজন ২৫ বছৰীয়া বুবু দাস। নিশা বুবু দাসে পথৰ কাষতে আশ্ৰয় লৈ থকা শিবিৰত আহাৰ গ্ৰহণ কৰি আছিল শিবিৰত। তেনে সময়তে এখন এএছ […]