কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন। ব্যক্তিগত হাতী চাফাৰী কৰি থাকোতে হাতীৰ পৰা সৰি পৰিল পৰ্যটক। বাগৰি বনাঞ্চলত চামেলী নামৰ হাতীজনীৰে চাফাৰী কৰিব গৈছিল বহি:ৰাজ্যৰ পৰ্যটকৰ এটা দল৷ হঠাৎ আন এটা ব্যক্তিগত হাতীৰ সৈতে যুঁজ লগাত হাতীটোত থকা তিনিগৰাকী পৰ্যটক হাতীৰ পৰা সৰি পৰি গুৰুতৰভাৱে আহত হয়৷ আহত পৰ্যটক কেইগৰাকী শ্ৰীলেখা সিনহা, শিখা সিনহা, প্ৰতিমা দত্ত বুলি […]