Posted inঅসম

টীয়কত পথ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত বাইক আৰোহী  

টীয়ক: টীয়কৰ জগদুৱাৰ বনাই পথত আজি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত বনাইৰ ভাস্কৰ ভূঞা নামৰ এজন ব্যক্তি গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত তথ্য মতে, লোকজনে AS-03-AG-1827 নম্বৰৰ এখন বাইকেৰে ঘৰলৈ গৈ অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে থকা এটা উন্মুক্ত ট্ৰেন্সফৰ্মাৰত খুন্দা মৰাৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়। পিছত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনক স্থানীয় ৰাইজৰ সহায়ত […]