নিউজ ডেস্ক: পুনৰ অপ্ৰীতিকৰ পৰিস্থিত সন্মুখীন হ’বলীয়া হ’ল ৰঙালী বিহুৰ মঞ্চত কণ্ঠশিল্পী। দেওবাৰে ডিব্ৰুগড়ৰ হাতীমুৰাত অনুষ্ঠিত হোৱা ৰঙালী বিহুৰ সন্মিলনৰ সামৰণি অনুষ্ঠান কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰক নিমন্ত্ৰণ জনোৱা হৈছিল। আচুৰ্য বৰপাত্ৰই অনুষ্ঠান সামৰাৰ পিছত একাংশ বিহু কমিতিৰ সদস্যই জোৰ-জুলুমকৈ গান গাবলৈ বাধ্য কৰে। তাৰ পিছতেই এজনে অতিৰিক্ত সময় গীত পৰিৱেশন নকৰিলে কণ্ঠশিল্পীৰ গৰাকীৰ সহযোগী শিল্পীসকলৰ বাদ্যযন্ত্ৰ […]