যোৱা কালি ৰাজ্য প্ৰশাসনত ব্যাপক সালসলনি ঘটোৱা হয়। ৰাজ্য চৰকাৰে এক নির্দেশযোগে ৮৪ গৰাকী এ চি এছ বিষয়াক বদলি কৰে। ইয়াৰে ৭১ গৰাকীক পদোন্নতিসহ বদলি কৰা হয়। তথ্য অনুসৰি, যোৰহাটৰ জিলা উন্নয়ন আযুক্ত অধৰ ভূঞাক অসম চুক্তি ৰূপায়ণ বিভাগৰ যুটীয়া সচিবৰূপে বদলি কৰা হয়। অনুসূচিত জাতি উন্নয়ন বিভাগৰ সঞ্চালক তথা আবকাৰী বিভাগৰ যুটীয়া সচিব কুলশী […]