Posted inঅসম

দৰিদ্ৰতাই জীৱনত হাঁহিবলৈ পাহৰালে আনক হঁহুৱা শিল্পীজনক

তেজপুৰঃদৰিদ্ৰতাই জীৱনত হাঁহিবলৈ পাহৰালে আনক হঁহুৱা শিল্পীজনক। শতাধিক অসমীয়া চলচ্চিত্ৰ, অসংখ্য ভি চি ডি ছবি, ধাৰাবাহিক আৰু চুটি ছবিত অভিনয় কৰা বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় কৌতুক অমূল্য কাকতিয়ে এই লকডাউনৰ সময়ছোৱাত আৰ্থিক সংকটতত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। একমাত্ৰ অভিনয়কে জীৱন আৰু জীৱিকা হিচাপে লোৱা তেজপুৰ মুঢ়াতেতেলীৰ এই প্ৰসিদ্ধ অভিনেতা গৰাকীয়ে অসম চৰকাৰৰ শিল্পী পেঞ্চনৰ মাত্ৰ […]