নিউজ ডেস্কঃ আদানি গ্ৰুপৰ অন্যতম প্রতিষ্ঠান আদানি এয়াৰপ’ৰ্টছে আগন্তুক সময়ত আৰু অধিক বিমান বন্দৰ অধিগ্ৰহণৰ বাবে পৰিকল্পনা কৰি আছে। প্রতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া অৰুণ বাঞ্চালে বুধবাৰে চেণ্টাৰ ফৰ এভিয়েচন ছামিটত উপস্থিত থাকি কয় যে, প্রতিষ্ঠানটোৱে ইয়াৰ অধীনত থকা বিমান বন্দৰৰ সংখ্যা আৰু অধিক বৃদ্ধি কৰিব বিচাৰে। লগতে কয় যে, অহা কেইবছৰমানৰ ভিতৰত এক ডজনতকৈও অধিক […]