Posted inঅসম

অসমৰ মাটিতে সংস্কাৰ হেৰুৱাৰ উপক্ৰম অসমীয়াৰ!

গুৱাহাটীঃ অসমৰ ভূমিতে অসমীয়াৰ স্বাভিমানক অপমান। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে নামাংকিত বৰঝাৰ বিমান বন্দৰটো পুঁজিপতি গোষ্ঠী আদানি গোটৰ হাতত গতাই দিয়াৰ পিছৰে পৰা অসমীয়াৰ ওপৰত আদানি গোটৰ একপক্ষীয় স্বেচ্ছাচাৰী নিয়ম-নীতিৰ বিষয়ে পোহৰলৈ আহিছে। অসমীয়া জীয়াৰী-বোৱাৰীকো অপমান কৰিবলৈ কুন্ঠাবোধ নকৰিলে আদানী গোটে। অসমবাসীৰ আৱেগক ভৰিৰে মোহাৰি শেহতীয়াকৈ আদানি গ্ৰুপৰ নিৰ্দেশনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আদানি গ্ৰুপৰ […]