Posted inদেশ-বিদেশ

গুৱাহাটীত বৃদ্ধি কৰা হ’ব আন্তঃৰাষ্ট্ৰীয় বিমানৰ সংখ্যা; দঃ পূঃ এছিয়াৰ কোনকেইখন মহানগৰলৈ চলিব বিমান?

নিউজ ডেস্ক: গুৱাহাটীকে ধৰি উত্তৰ-পূবৰ তিনিটা বিমানবন্দৰক শীঘ্ৰে দশিণ-পূব এছিয়াৰ ৮খন প্ৰধান মহানগৰৰ সৈতে সংযোগ কৰা হ’ব। সোমবাৰে অসামৰিক বিমান মন্ত্ৰ্যালয়ে এই কথা ঘোষণা কৰে। গুৱাহাটীৰ উপৰি উক্ত সেৱা আৰম্ভ হ’বলগীয়া আন দুটা বিমানবন্দৰ হৈছে আগৰতলা আৰু ইম্ফল বিমানবন্দৰ। নতুন বিমানকেইখনে উড়ান আচনিৰ গুৱাহাটী-বেংকক, গুৱাহাটী-কাঠমাণ্ডু, গুৱাহাটী-য়াংগোন, গুৱাহাটী-হানৈ, ইম্ফল-মাণ্ডালে, ইম্ফল-বেংকক, ইম্ফল-কুনমিং, আগৰতলা-ঢাকা আৰু আগৰতলা-চিতাগঙৰ মাজত যাত্ৰা […]