Posted inঅসম

নগাঁও এডিপি কলেজৰ আৰবী বিষয়ৰ প্ৰবক্তা ড° জহিৰুল ইছলামক গ্ৰেপ্তাৰ

নগাঁও: ভুৱা টেট শিক্ষকৰ নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ গ্ৰেপ্তাৰ হ’ল নগাৱৰ এজন অধ্যাপক । নগাঁৱৰ আনন্দৰাম ঢ়েকিয়াল ফুকন মহাবিদ্যালয়ৰ আৰবী বিভাগৰ অধ্যাপক ড° জহিৰুল ইছলামক ভুৱা টেট শিক্ষকৰ নিযুক্তি কেলেংকাৰীত জড়িতৰ অভিযোগত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰিছে । ভুৱা টেট শিক্ষকৰ নিযুক্তি লাভ কৰা চক্ৰৰ মুল নায়ক ইছলাম উদ্দিনক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওৰ […]