Posted inঅসম

‘বেল বটম’ৰ বাবে পুনৰ এবাৰ নাম উজলিল আদিল হুছেইনৰ

নিউজ ডেস্ক : আদিল হুছেইন, অসম এইগৰাকী প্ৰতিভাৱান অভিনেতা সম্পৰ্কে বহলাই কোৱাৰ প্ৰয়োজন নাই। অসমৰ গোৱালপাৰা জিলাৰ পৰা গৈ এইগৰাকী অভিনেতাই ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ অভিনয়ৰে অসমৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে। বলিউডৰ লগতে হলিউডৰ কেইবাখনো ছবিত অভিনয় কৰা অসমৰ আদিল হুছেইন পুনৰ এবাৰ নিজৰ অভিনয়ৰ জৰিয়তে চৰ্চিত হৈ পৰিছে। ‘ফৰ্বছ’ আলোচনীয়ে ২০২১ বৰ্ষৰ হিন্দী ছবি […]