Posted inNews

আদিপুৰুষৰ নিষেধাজ্ঞা বিচাৰি কৰা আৱেদনৰ আজি শুনানি গ্ৰহণ

নিউজ ডেস্কঃ বিতৰ্কিত হিন্দী ছবি আদিপুৰুষ ওপৰত নিষেধাজ্ঞাৰ বাবে আবেদন কৰা এখন PIL ৰ ওপৰত আজি দিল্লী উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰা হ’ব। দুসপ্তাহ আগতে দাখিল কৰা উক্ত আবেদনখন লগে লগেই আদালতে গোচৰটো দ্ৰুততাৰে শুনানি ল’বলৈ অস্বীকাৰ কৰিছিল। নিষেধাজ্ঞাৰ বাবে আবেদনৰ বিষয়টো ২১ জুনত ন্যায়াধীশ তাৰা বিট্টা গাঞ্জু আৰু অমিত মহাজনৰ অৱকাশকালীন বিচাৰপীঠৰ সন্মুখত ৰখা […]