Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

বলীউডৰ এখন বিগ বাজেটৰ চিনেমাত আকৌ দেখা যাব ছলমান-শ্বাহৰুখৰ যুঁটীক

নিউজ ডেস্কঃ সুদীৰ্ঘ ২৭বছৰৰ মূৰত অভিনেতা ছলমান খান আৰু শ্বাহৰুখ খানে একেলগে আদিত্য চোপ্ৰাৰ এখন বিগ বাজেটৰ থ্ৰিলাৰ চিনেমাত অভিনয় কৰিব। চিনেমাখনৰ মুখ্য চৰিত্ৰত অভিনয়ৰ বাবে ‘কৰণ-অৰ্জুনৰ’ এই বিখ্যাত যুঁটীৰ সৈতে চিনেমাখনৰ নিৰ্মাতাৰ কথা-বতৰা চলি আছে। এই চিনেমাখন বলীউডৰ আটাইতকৈ বিগ বাজেটৰ চিনেমা হ’ব। অৱশ্যে আদিত্য চোপ্ৰাই এই নতুন চিনেমাখনৰ কাহিনী সন্দৰ্ভত বৰ্তমানলৈ একো সদৰী […]