নিউজ ডেস্কঃ জাৰ্মানীৰ কুখ্যাত নাজী বাহিনীৰ প্ৰধান এডল্ফ হিটলাৰৰ ঘড়ী ১১ লাখ মাৰ্কিন ডলাৰত বিক্ৰী হয়। জাৰ্মানৰ ঘড়ী প্ৰতিষ্ঠান হুবাৰৰ দ্বাৰা নিৰ্মাণ কৰা ঘড়ীটোত এটা স্বস্তিকা আৰু হিটলাৰৰ নামৰ প্ৰথম আখৰ এ এইচ খোদিত কৰা আছে। চামৰাৰ বেল্টৰ সোণালী ৰঙৰ ঘড়ীটো হিটলাৰে জন্মদিনৰ উপহাৰ হিচাপে লাভ কৰিছিল। ভাৰতীয় মুদ্ৰাত ঘড়ীটোৰ দাম হ’ব ৮কোটি ৭২লাখ ৮৬হাজাৰ […]