Posted inদেশ-বিদেশ

Adoption Process: দত্তক গ্ৰহণ প্ৰক্ৰিয়াটো সহজ কৰি তোলা হ’ব:উচ্চতম ন্যায়ালয়

নিউজ ডেস্কঃ সমাজৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত দত্তক প্ৰক্ৰিয়াটো এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ। দত্তক লোৱাটো এক দীৰ্ঘম্যাদী প্ৰক্ৰিয়া। আবেদন কৰাৰ পিছত বহুতো নিয়মৰ মাজেৰে যাব লাগে। বহু প্ৰক্ৰিয়াৰ পিছতহে কাগজে-কলমে অভিভাৱক হ’ব পাৰে। বহুতো অভিভাৱকে আইনী প্ৰক্ৰিয়াৰে দত্তক লোৱাৰ ওপৰত নিৰ্ভৰ কৰি বছৰৰ পিছত বছৰ বাট চাই ৰ’ব লাগে। শেহতীয়াকৈ, এটা বেচৰকাৰী সংগঠনে ভাৰতত শিশু দত্তক […]