Posted inNews

ADR Report : দেশৰ ৩০ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত কোন আটাইতকৈ সম্পত্তিশালী?

নিউজ ডেস্ক – বৰ্তমানৰ দেশৰ ৩০ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত কোন আটাইতকৈ সম্পত্তিশালী? ২৯জনেই কোটিপতি আৰু তেওঁলোকৰ ভিতৰত আটাইতকৈ বেছি সম্পত্তিৰ গৰাকী অন্ধ্ৰ প্ৰদেশৰ জগন মোহন ৰেড্ডী। ৰেড্ডীৰ সম্পত্তিৰ মুঠ মূল্য ৫১০ কোটি টকা। এছ’চিয়েশ্যন ফৰ ডেমক্রেটিক ৰিফৰ্মছে (এ ডি আৰ) বিশ্লেষণ কৰা নিৰ্বাচনী শপতনামাবোৰৰ পৰা এই কথা জানিব পৰা গৈছে। ইফালে অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত […]