Posted inঅসম

৩৪ গৰাকী অপৰাধী আহিছে এইবাৰ বিধানসভালৈ

অসম বিধানসভালৈ এইবাৰ নিৰ্বাচিত ১২৬ জন সদস্যৰ ভিতৰত অপৰাধী বিধায়কৰ সংখ্যা হ’ল ৩৪ গৰাকী । যোৱা বিধানসভাত অপৰাধী সদস্যৰ সংখ্যা আছিল ১৫ গৰাকী এইবাৰ এই সংখ্যা দুগুনলৈ বৃদ্ধি হ’ল । এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফ’মছ (এ ডি আৰ) নামৰ সংস্থাটোৱে প্রকাশ কৰা তথ্যত প্ৰকাশ পাইছে এই পৰিসংখ্যা । ইয়াৰে ২৮জনৰ বিৰুদ্ধে আছে হত্যা, হত্যাৰ চেষ্টা, মহিলাৰ […]