Posted inঅসম

৬ মে’ত ফলাফল ঘোষণা হ’ব ৩য় আৰু ৪ৰ্থ বৰ্গৰ পৰীক্ষাৰ

নিউজ ডেস্কঃ ৰাজ্য চৰকাৰৰ ১ লাখ চৰকাৰী চাকৰি নিযুক্তি যি প্ৰতিশ্ৰুতি আছিল সেইয়া সম্পূৰ্ণ হোৱাত এতিয়া কিছু দূৰহে মাত্ৰ। ৬ মে’ত ৰাজ্য চৰকাৰে ঘোষণা কৰিব ৩য় আৰু ৪ৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল। দেওবাৰে ওদালগুৰি জিলাৰ পানেৰীৰ অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল অনুষ্ঠিত কৰি জানিবলৈ দিয়ে। মুঠ ৫১,৩৯৭ টা নিযুক্তি পদৰ ফলাফল […]