Posted inদেশ-বিদেশ

কৰোনা ভেকচিন ল’লেহে বিয়াত বহিব পাৰিব! কইনাই বিয়াৰ বাবে বিচাৰিলে ভেকচিন লোৱা দৰা

নিউজ ডেস্কঃ কৰোনাৰ ভয়াবহ পৰিস্থিতিয়ে সকলোৰে জীৱন ধাৰণৰ প্ৰণালী সলাই পেলাইছে। মানুহৰ জীৱনশৈলীৰ পৰা আৰম্ভ কৰি বিভিন্ন উৎসৱ-পাৰ্ৱণৰ লগতে বিবাহৰ শৈলীৰো পৰিস্থিতিৰ বাবে সলনি হ’ব ধৰিছে। সম্প্ৰতি এটা বিবাহৰ বিজ্ঞাপনে সংবাদ জগতৰ শিৰোনাম দখল কৰিছে। এই বিজ্ঞাপনটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বিজ্ঞাপনটোত স্পষ্টকৈ উল্লেখ কৰিছে দৰাই কৰোনা ভেকচিন গ্ৰহণ কৰা হ’ব লাগিব। ইতিমধ্যে কইনাই […]