Posted inদেশ-বিদেশ

বিয়াৰ ন বছৰৰ পাছত পত্নীৰ সৈতে বিচ্ছেদ ঘটিল ক্ৰিকেটাৰ শিখৰ ধাৱানৰ

নিউজ ডেস্কঃ ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধাৱান আৰু তেওঁৰ পত্নী আয়েশা মুখাৰ্জীৰ বিবাহ বিচ্ছেদৰ ঘটনা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে । বিয়াৰ সুদীৰ্ঘ ন বছৰৰ পাছত দুয়োৰে মাজত বিবাহ বিচ্ছেদ ঘটিছে। পিছে ক্ৰিকেটাৰ গৰাকীৰ ফালৰ পৰা এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰা নাই। কিন্তু আয়েশাই ইনষ্টাগ্ৰামত এটা প’ষ্ট শ্বেয়াৰ কৰিছে। যিটো প’ষ্ট দেখি অনুৰাগীসকল নিশ্চিত যে দুয়োৰে […]