গুৱাহাটীঃ অসমবাসীৰ বাবে এক সুখবৰ। আন্তঃৰাষ্ট্ৰীয় আলোচনীৰ আইকনিক লেখকৰ তালিকাত স্থান লাভ কৰিছে এগৰাকী অসম সন্তানে। ছিংগাপুৰ আৰু নতুন দিল্লীৰ পৰা প্ৰকাশিত ‘এস্থেটিকছ্ ইন্টাৰনেচনেল’ নামৰ আন্তঃৰাষ্ট্ৰীয় আলোচনীখনে প্ৰস্তুত কৰা ভাৰতৰ আইকনিক লেখকৰ তালিকাত বহু কেইগৰাকী প্ৰখ্যাত লেখকৰ সৈতে নলবাৰীৰ নীলিম আকাশ কাশ্যপৰ নামো অন্তৰ্ভুক্ত হৈছে। নীলিম আকাশ কাশ্যপে ২০২১ চনত প্ৰকাশিত ‘ফিফথ হেণ্ড ৱাইফ’ নামৰ […]