এখন ক্ৰিকেট ষ্টেডিয়ামৰ ভিতৰত ঘটা এটা মাৰপিটৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰা বহুতেই এই ভিডিঅ’টো অলপতে পাকিস্তান আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত এছিয়া কাপ, ২০২২ৰ খেলৰ বুলি দাবী কৰিছে। ভিডিঅ’টোত একাংশ দৰ্শকক চিঞৰ-বাখৰ কৰি মাৰপিট কৰাৰ লগতে এজনে আনজনলৈ চকী আদি দলিওৱা দেখা যায়। টুইটাৰত এজনে ভিডিঅ’টো শ্বেয়াৰ কৰি এইদৰে কেপচন দিয়ে, […]
Tag: afghanistan
Posted inঅসম