Posted inঅসম

বিশ্বনাথত আফগান নাগৰিকক গ্ৰেপ্তাৰ

নিউজ ডেস্ক : বিশ্বনাথ আৰক্ষীয়ে দেওবাৰে জিলাখনত এগৰাকী আফগান নাগৰিকক গ্ৰেপ্তাৰ কৰে। দেওবাৰে বিশ্বনাথ আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে ধৃত আফগান লোকজনে কোনো বৈধ প্ৰমাণপত্ৰ অবিহনে ভ্ৰমণ কৰি আছিল। যোৱা শুকুৰবাৰে বিশ্বনাথ চাৰিআলিত লখিমপুৰ অভিমুখী এখন বাছত উঠিবলৈ লোৱাৰ সময়তে আৰক্ষীয়ে লোকজনক আটক কৰে বুলি জানিবলৈ দিয়ে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে অভিযুক্ত লোকজনে নিজৰ […]