Posted inঅসম

দৰঙত আফ্ৰিকান ছোৱাইন ফ্ল’ ৰোগ প্ৰতিৰোধৰ বাবে পশুচিকিৎসকৰ আপ্ৰাণ চেষ্টা

ছিপাঝাৰঃ দৰঙত গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফ্ল’ ৰ অৱস্থিতি ধৰা পৰা পিছতেই আতঙ্কিত হৈ পৰিছে জিলাখনৰ গাহৰি পালকসকল । এই ৰোগ প্ৰতিৰোধৰ বাবে পশুচিকিৎসকসকলেও আপ্ৰাণ চেষ্টা চলাই আছে।  দৰঙৰ ঔতলা অকলিবাৰীত গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফ্ল’ ধৰা পৰাৰ পিছতেই জিলাখনৰ ছিপাঝাৰ, পাথৰিঘাট, ৰঙামাটী আদি অঞ্চলৰ গাহৰি পালক সকল আতঙ্কিত হৈ পৰিছে । এই অঞ্চলৰ বহুসংখ্যক […]