গুৱাহাটী: সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা সমগ্ৰ অসমৰ পৰা প্ৰত্যাহাৰ কৰাৰ ইংগিত দিয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। আজি গুৱাহাটীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীক ৰাষ্ট্ৰপতি নিচান প্ৰদান কৰি কয় যে অসমত বৰ্তমান আইন শৃংখলা পৰিস্থিতি যথেষ্ট উন্নত হৈছে বুলি মন্তব্য কৰে। গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত অমিত শ্বাহে কেন্দ্ৰীয় চৰকাৰ আৰু […]